Assamese GK Mock Test 2023

Assamese GK Mock Test 2023:- Hello dear friends, welcome to another new article by Aaamar Axom. Today’s “Assamese GK Mock Test 2023” is for the convenience of candidates who want to sit for all kinds of competitive exams. We hope you will benefit at least a little from our Q&A.

Assamese GK Mock Test 2023
7308

Assamese GK Mock Test 2023

1 / 20

ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক কুঁহিয়াৰ উৎপাদন কৰে?

2 / 20

'চকৰি ফঁটী' বুৰঞ্জীৰ লিখক কোন?

3 / 20

আহোম সকলৰ শেষ ৰাজধানী ক'ত আছিল?

4 / 20

গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্হিত?

5 / 20

ভাৰতৰ আটাইতকৈ ডাঙৰ খাৰুৱা পানীৰ উপ-হ্ৰদটো নাম কি?

6 / 20

ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?

7 / 20

পৃথিৱীত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি?

8 / 20

কোনখন মহাদেশত নীল নদী আছে?

9 / 20

ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি অসমৰ ৰাজ্যপালে নিৰ্বাচনী আয়ুক্তক নিযুক্তি কৰে?

10 / 20

তলৰ ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি কফি উৎপাদন কৰে?

11 / 20

অসমৰ কোন কোন ঠাইত তেল শোধনাগাৰ আছে?

12 / 20

ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত নিৰ্দেশাত্মক নীতি সন্নিবিষ্ট কৰা হৈছে?

13 / 20

'সাৰ্বভৌম শক্তিৰ নিৰ্দেশেই আইন' - কথাষাৰ কোনে কৈছিল?

14 / 20

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অবস্থিত?

15 / 20

অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

16 / 20

সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

17 / 20

কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

18 / 20

প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ প্ৰথম বাৰ কোন চনত প্ৰকাশ পাইছিল?

19 / 20

শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?

20 / 20

অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

Your score is

The average score is 67%

0%

Leave a Comment