Assam DHS Mock Test 2023

Assam DHS Mock Test 2023:-Hello dear friends, welcome to another new article by Aaamar Axom. Today’s “Assam DHS Mock Test 2023” information is provided with the necessary questions and answers based on Assam DHS Mock Test 2023 for the convenience of candidates who want to sit for all kinds of competitive exams. We hope you will benefit at least a little from our Q&A.

If you have found and benefited from our important questions and answers like this, please share about Aamar Axom (www.aamaraxom.com) with your friends and readers.

Assam DHS Mock Test 2022
138

Quiz

Assam DHS Mock Test 2022

1 / 20

ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?

2 / 20

শৰতৰ কবি কোন ?

3 / 20

ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?

4 / 20

প্ৰথম অসমীয়া চনেটৰ লিখক কোন ?

5 / 20

চুকাফাই ক’ৰ পৰা আহিছিল ?

6 / 20

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?

7 / 20

ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?

8 / 20

বৰ্তমান অসমৰ মহকুমা কেইটা আছে ?

9 / 20

অসম আয়ুৰ্বেদিক মহাবিদ্যালয় ক’ত আছে?

10 / 20

অসমৰ পশ্চিমফালে থকা দেশ এখনৰ নাম কি?

11 / 20

২০০৩ চনত সংবিধানৰ অষ্টম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়?

12 / 20

‘পনীয়া সোণৰ দেশ’ বুলি ‌কাক কোৱা হয়?

13 / 20

ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে?

14 / 20

সমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

15 / 20

‘লালা’ বৰাক উপত্যকাৰ কি হয়?

16 / 20

‘অসম উদ্যোগিক উন্নয়ন নিগম’ (AIDC) কিমান ‌চনত‌ স্থাপন কৰা হৈছিল?

17 / 20

 ‘BRPL’ ক IOC ৰ লগত একত্ৰিকৰণৰ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল?

18 / 20

অসমৰ ভিতৰতে ৰ্দীঘতম ৰে’লপথৰ‌ সুৰংগ ক’ত আছে?

19 / 20

কিমান ‌চনত‌ কলকাতাৰ পৰা ব্ৰক্ষ্মপুত্ৰ ই দি ব্ৰক্ষ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়?

20 / 20

'ইণ্ডিয়া এগেইনষ্ট ইটচেল্ফ' নামৰ কিতাপখনৰ লেখক কোন আছিল ?

Your score is

The average score is 53%

0%

Leave a Comment