নমস্কাৰ মৰমৰ পৰীক্ষাৰ্থীসকল, আজিৰ আমাৰ অসমীয়া সাধাৰণ জ্ঞান 2022 এই তথ্যত সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।
যদি আপুনি আমাৰ এনে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বিচাৰি পাইছে আৰু লাভৱান হৈছে তেন্তে আমাৰ Aamar Axom (www.aamaraxom.com) সম্পৰ্কে আপোনাৰ বন্ধু-বান্ধৱী আৰু পাঠকৰ সৈতে শ্বেয়াৰ কৰক।
