Teacher’s Day Speech In Assamese :- নমস্কাৰ বন্ধু সকল আপোনালোক সকলকে স্বাগতম জনাইছো আমাৰ অসম (Aamar Axom) ৰ অন্য এটা নতুন প্ৰবন্ধলৈ। বন্ধু সকল আজি আমি এই প্ৰৱন্ধটোৰ জড়িয়তে আপোনালোকৰ লগত আলোচনা কৰিম Teacher’s Day Speech In Assamese সম্পূৰ্ণ প্ৰক্ৰিয়া ।
ভাৰতত শিক্ষক আৰু শিক্ষকবৃত্তিৰ অৱদানক স্বীকাৰ আৰু আলোকপাত কৰিবলৈ প্ৰতিবছৰে 5 ছেপ্টেম্বৰত Teacher’s Day পালন কৰা হয় আৰু সেই দিনটোতে সকলো শিক্ষকক সন্মান আৰু শ্রদ্ধা কৰা হয়। ভাৰতবৰ্ষত 1962 চনৰ পৰা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনাখন অৰ্থাৎ 5 ছেপটেম্বৰৰ দিনা শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক হল জ্ঞানৰ ভঁৰাল, শিক্ষক হল শ্রদ্ধাৰ পাত্ৰ, শিক্ষা গুৰুক সদাই সন্মান কৰিব লাগে।

Teacher’s Day Speech In Assamese
আজিৰ সভাত উপস্থিত মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল লগতে সভাত উপস্থিত মোৰ শ্ৰদ্ধাৰ গণ্য মান্য ব্যক্তি সকল।
আজি মই নথৈ আনন্দিত যে শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষনত এই পবিত্ৰ মঞ্চত মোক চমুকৈ দুষাৰ কবলৈ দিয়াৰ বাবে ।
আজিৰ এই পবিত্ৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। যাক আমাৰ সমাজৰ মমবাতি বুলি কোৱা হয়। যিয়ে নিজকে অন্ধকাৰত ৰাখি আমাক পোহৰাই তুলিছে।
শিক্ষক দিৱস উদযাপন কৰা হয় ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনত। তেখেতৰ জন্ম ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজৰ এখন সৰু চহৰ তিৰুতানিত হৈছিল ।
শিক্ষক দিৱস উদযাপন কৰা হয় ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনত। তেখেতৰ জন্ম ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজৰ এখন সৰু চহৰ তিৰুতানিত ।
শিক্ষা হৈছে আমাৰ সমাজ সংস্কাৰৰ ঘাই শিপা আৰু জাতিৰ মেৰুদণ্ড স্বৰূপ | আমাৰ সমাজ সংস্কাৰ কৰি জাতিৰ মেৰুদণ্ড পোনাই ৰাখিবলৈ জাতিয়ে শিক্ষক সমাজক অতিকৈ গুৰুত্ব দিয়া উচিত |
হে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোক ত্যাগ আৰু জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ। যুগে যুগে সিঁচি যাওঁক আপোনালোকে প্ৰজ্ঞাৰ বীজ । সেই প্ৰজ্ঞাৰ বীজৰ পৰা সৃষ্টি হওক মূল্যবোধ, অহিংসা, শান্তি -সম্প্ৰীতি, একতা ইত্যাদিৰে সম্বৃদ্ধ সমাজ,জাতি আৰু দেশ।
সদৌ শেষত , আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত শিক্ষাগুৰুসকলৰ চৰণত প্ৰণিপাত জনাইছোঁ তথা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।
-ধন্য়বাদ-
বন্ধু সকল আপোনালোক সকললৈ বিনম্ৰ অনুৰোধ যদি আপোনাৰ Teacher’s Day Speech In Assamese এই প্ৰৱন্ধটোৰ জড়িয়তে কিছু পৰিমাণে হ’লেও লাভাৱান্বিত হয় তেন্তে আপুনি আপোনাৰ বন্ধু সকল Share কৰিবলৈ নাপাহৰিব।
Conclusion
মই আশা কৰোঁ Teacher’s Day Speech In Assamese প্ৰবন্ধটো পঢ়াৰ পিছত, আপুনি নিশ্চয় এই বিষয়ে এটা ধাৰণা পাইছে। যদি আপোনাৰ মনত এতিয়াও এই প্ৰবন্ধটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰশ্ন আছে, তেন্তে মন্তব্যটোত ক’বলৈ নাপাহৰিব। মই দাবী নকৰো যে ইয়াত দিয়া তথ্য সম্পূৰ্ণ শুদ্ধ।