Rakh Puja

Rakh Puja:- নমস্কাৰ বন্ধু সকল, আপোনালোক সকলকে স্বাগতম জনাইছো  Aamar Axom (আমাৰ অসম) ৰ  অন্য এটা নতুন প্ৰবন্ধলৈ ।  বন্ধু সকল আজি আমি আলোচনা কৰিব লৈছো Rakh Puja (ৰাখ পূজা) ৰ বিষয়ে ইয়াক কিয় পালন কৰা হয় এই সকলো আলোচনা কৰিম আজিৰ এই প্ৰৱন্ধত।

যদি আপোনালোকে Aamar Axom (আমাৰ অসম) ৰ এনেধৰণৰ প্ৰৱন্ধ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে  Aamar Axom (www.aamaraxom.com) ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

Rakh Puja

Rakh Puja

অসমৰ দীঘলীয়া সময়ৰ বাবে পালন কৰা পূজাই হেছে Rakh Puja(ৰাখ পূজা) ইয়াক সমগ্ৰ অসমতে উলহ মালহেৰে পালন কৰা হয় । অসমৰ কিছুমান স্থানত মৃন্ময় প্ৰতিমা আৰু কিছুমান স্থানত মানুহে নিজে প্ৰতিমা ৰূপ লয় ।

Rakh Puja(ৰাখ পূজা) সৈতে সময়ে সময়ে উচ্চাৰিত হৈ আহিছে ৰাধা-কৃষ্ণৰ কথা। লোক-জীৱনেই হওক বা লোক সাহিত্য ৰাধা আৰু কৃষ্ণৰ য’তেই উল্লেখ আছে সকলোতে প্ৰথমেই আহে ৰাধাৰ নাম। ৰাধাৰ পিছতহে কৃষ্ণ! ৰাধা আৰু কৃষ্ণ দুয়ো মিলি হয় ৰাধা-কৃষ্ণ। ভগৱান কৃষ্ণৰ বাল্যলীলাৰ কথা ৰাখত চমু বিবৃতি দিয়া হয়।

Rakh Puja(ৰাখ পূজা) ত ৰাধা কৃষ্ণৰ মধুৰ প্ৰেমৰ বিবৃতি দিয়া হয়। ৰাধা অবিহনে কৃষ্ণৰ কথা কল্পনাই কৰিব নোৱাৰি। ৰাধা-কৃষ্ণৰ মাজত কোনো বৈবাহিক সম্পৰ্কও নাছিল। তাৰ পিছতো কিন্তু ৰাধা আৰু কৃষ্ণক কেতিয়াও পৃথক কৰাতো সম্ভৱ নহয়।

যুগ যুগ ধৰি মানুহে ৰাধাৰ কাষত কৃষ্ণ আৰু কৃষ্ণৰ কাষত ৰাধাকেই দেখি আহিছে। বিবাহ বৰ্হিভূত প্ৰেমক সততে ঘৃণাৰ চকুৰে চাই অহা ভাৰতীয়সকলে কিন্তু আচৰিত ধৰণে প্ৰেমৰ উদাহৰণ দিবলৈ গ’লে আজিও প্ৰথমেই নাম লয় ৰাধা-কৃষ্ণৰ I

Conclusion

মই আশা কৰোঁ Rakh Puja(ৰাখ পূজা) প্ৰবন্ধটো পঢ়াৰ পিছত, আপুনি নিশ্চয় এই বিষয়ে এটা ধাৰণা পাইছে। যদি আপোনাৰ মনত এতিয়াও এই প্ৰবন্ধটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰশ্ন আছে, তেন্তে মন্তব্যটোত ক’বলৈ নাপাহৰিব।

Leave a Comment