Political Science Assamese Free Online Mock Test

Political Science Assamese Free Online Mock Test:- নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকললৈ স্বাগতম জনাইছো Aaamar Axom ৰ অন্য এটা নতুন প্ৰবন্ধলৈ । আজিৰ আমাৰ “Political Science Assamese Free Online Mock Test” ৰ এই তথ্যৰাজিত সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে Political Science Assamese Free Online Mock Testৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে  Aamar Axom (www.aamaraxom.com) ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

Political Science Assamese Free Online Mock Test
9

Political Science Assamese Online Free Mock Test

1 / 20

আণৱিক বোমা নিক্ষেপণৰ ফলত দ্বিতীয় মহাসমৰত তলত দিয়া কোনখন দেশ ধ্বংসপ্ৰাপ্ত হৈছিল? 

2 / 20

ইউৰোপীয়ান সংঘ স্থাপনৰ কৰা হৈছিল-

3 / 20

ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা দিনটো হ'লঃ-

4 / 20

 বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠন উত্তৰাধিকাৰীঃ

5 / 20

তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ সদস্য নহয়ঃ

6 / 20

১৯৪৫ চনৰ ................অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হয়

7 / 20

ৰাষ্ট্ৰসংঘৰ ৰ্তমান সচিবপ্ৰধানজনৰ নাম লিখা

8 / 20

ভাৰত ৰাষ্ট্ৰসংঘৰ কেতিয়া সদস্য হৈছিল?

9 / 20

ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত?

10 / 20

প্ৰথম উপসাগৰীয়া যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল:

11 / 20

ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে?

12 / 20

কোন চনত গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল?

13 / 20

ছোভিয়েট যুক্তৰাষ্ট্ৰৰ কোনখন গণৰাজ্যই প্ৰথম স্বাধীনতা ঘোষণা কৰিছিল?

14 / 20

কোন চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল?

15 / 20

তলত দিয়া কোনটো আমেৰিকাৰ আধিপত্যৰ ফল:

16 / 20

শীতল যুদ্ধ সম্বন্ধে উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ ?

17 / 20

তলত উল্লেখ কৰা কোনেটো বাক্যই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উদ্দেশ্য প্ৰতিফলিত নকৰে ?

18 / 20

ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰকৃতি নিৰ্ণয় কৰা। তলত দিয়া কোনবোৰ বাক্য অশুদ্ধঃ

19 / 20

 কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হৈছিল?

20 / 20

তলত দিয়াবোৰৰ  কোনটো ছোভিয়েট ৰাছিয়াৰ ভাঙোন ফল নহয়ঃ

Your score is

The average score is 38%

0%

Leave a Comment