Mock Test 2023 Assamese

Mock Test 2023 Assamese:- নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকললৈ স্বাগতম জনাইছো Aaamar Axom ৰ অন্য এটা নতুন প্ৰবন্ধলৈ । আজিৰ আমাৰ “Mock Test 2023 Assamese” ৰ এই তথ্যৰাজিত সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে Mock Test 2023 Assamese ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

Mock Test 2023 Assamese
Mock Test 2023 Assamese
50

Quiz

Assam mock test 2023

1 / 20

5. অসমীয়া মানুহৰ প্ৰধান খাদ্য কি ?

2 / 20

4. অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত ?

3 / 20

3. কটন কলেজ কোন চনত স্থাপন হৈছিল ?

4 / 20

2. অসমত মৰাপাটৰ কাৰখানা ক’ত আছে ?

5 / 20

1.কোন চনত অসমত কাগজ কল স্থাপন হয় ?

6 / 20

11. প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল ?

7 / 20

12. অসমীয়া নাটকৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয় ?

8 / 20

13. গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল ?

9 / 20

14. অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয় ?

10 / 20

15. অসম দিৱস কোন তাৰিখে পালন কৰা হয় ?

11 / 20

GPRS ৰ সম্পূৰ্ণ অৰ্থ কি?

12 / 20

ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়?

13 / 20

শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটো হ'ল—

14 / 20

প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?

15 / 20

কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ?

16 / 20

অসমৰ ভিতৰতে ৰ্দীঘতম ৰে’লপথৰ‌ সুৰংগ ক’ত আছে?

17 / 20

 ‘BRPL’ ক IOC ৰ লগত একত্ৰিকৰণৰ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল?

18 / 20

‘অসম উদ্যোগিক উন্নয়ন নিগম’ (AIDC) কিমান ‌চনত‌ স্থাপন কৰা হৈছিল?

19 / 20

‘লালা’ বৰাক উপত্যকাৰ কি হয়?

20 / 20

সমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

Your score is

The average score is 65%

0%

Leave a Comment