State Level Recruitment Commission For Grade 4 Mock Test

State Level Recruitment Commission For Grade 4 Mock Test :- নমস্কাৰ বন্ধু সকল, আপোনালোক সকললৈ স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন প্ৰবন্ধলৈ । বন্ধু সকল আজি আমিState Level Recruitment Commission For Grade 4 Mock Test আপোনালোকলৈ বুলি ঠেলি দিয়া হল ।তেনেহলে আহকচোন বন্ধুসকল কোনে কিমান নম্বৰ গোটাবলৈ পাৰে। আশাকৰো Grade IV Mock Test Assamese সকলোৱে ভাল ফলাফল দেখুৱাব । 

3

State Level Recruitment Commission For Grade 4 Mock Test

1 / 20

ভাৰতত অসমৰ GDP ৰেংক কিমান (2022) ?

2 / 20

 বিহাৰৰ মুখ্য উৎসৱ কি?

3 / 20

কাৰ স্মৃতিত ইদ-উল-জুহা উদযাপন কৰা হয়?

4 / 20

নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?

5 / 20

অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কোন খন ?

6 / 20

 বিহু কোন ৰাজ্যৰ মুখ্য উৎসৱ?

7 / 20

মানস অভয়াৰণ্য কোন বিধ জন্তৰ বাবে বিখ্যাত ?

8 / 20

অসম দিৱস কোন তাৰিখে পালন কৰা হয় ?

9 / 20

কোনটো মন্দিৰত ‘অম্বুবাচী’ মেলা অনুষ্ঠিত হয় ?

10 / 20

 অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত?

11 / 20

কোনখন নদীক ভাৰতৰ নিমখ নদী বুলি কোৱা হয়?

12 / 20

ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?

13 / 20

গংগা নদী বাংলাদেশত কি নামেৰে জনা যায়? ?

14 / 20

অসমত মৰাপাটৰ কাৰখানা ক’ত আছে ?

15 / 20

ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক’ত ?

16 / 20

কোনটোক ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয়?

17 / 20

কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় ?

18 / 20

নিম্নলিখিত কোনটো ঠাই ভাৰতত সৰ্বাধিক বৰষুণৰ বাবে বিখ্যাত?

19 / 20

ভাৰতত মুগা ৰেচম কোন খন ৰাজ্যৰ দ্বাৰা উৎপাদিত হয়?

20 / 20

কোনখন দেশৰ সৈতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত নাই?

Your score is

The average score is 90%

0%

Leave a Comment