Grade 4 Admit Card Download:- নমস্কাৰ বন্ধু সকল, আপোনালোক সকললৈ স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন প্ৰবন্ধলৈ । বন্ধু সকল আজি আমাৰ আলোচ্য বিষয় হ’ল Grade 3 and Grade 4 Admit Card Download Assamese সবিশেষ । Grade 3 and Grade 4 Admit Card কেনকৈ Download কৰিব তাৰ বিষয়ে আপুনি Step by step জানিব পাৰিব ।
Also Read :- MCQ Assam Grade III & Grade IV
Department Name | State Level Recruitment Commission (SLRC), Assam |
---|---|
Name of the Post | Grade III & Grade IV Posts |
Admit Card Status | Available Here |
Total Post | 26441 Posts |
Authority | BSE, Assam |
Official Website | Click Here |
Grade 3 & Grade 4 Admit Card Download Assamese
Assam Direct Recruitment Exam Date 2022 পাঠ্যক্ৰম, পৰীক্ষা কেন্দ্ৰ আৰু অন্যান্য Assam Direct Recruitment Grade 3 & Grade 4 পৰীক্ষাক লৈ আহা নতুন আপডেট ।
Assam Direct Recruitment 2022 Official Website চাওক বা Assam Direct Recruitment Grade 3 & Grade 4 Admit Card 2022 ত Click কৰক Assam Direct Recruitment ত Login আৰুAssam Direct Recruitment 2022 ডাউনলোড কৰক। Assam Direct Recruitment Admit Card 2022 তলত তালিকাভুক্ত পদক্ষেপবোৰ অনুসৰণ কৰি ৰোল নম্বৰ, নাম আৰু জন্ম তাৰিখৰ দ্বাৰা উলিয়াব পাৰিব।
Category | No of Applications |
Grade 3 | 6,71,805 Applications |
Grade 4 | 4,43,655 Applications |
Total | 11,15,460 Applications |
The Assam Direct Recruitment প্ৰাৰ্থীসকলক Assam Grade 3rd & Grade 4th Admit Card 2022 ৰ Download কৰাত সহায় কৰিব। Assam Direct Recruitment ৰ portal ত Assam Direct Recruitment Grade 3rd & Grade 4th Admit Card Download ৰ বাবেও সহায় কৰে ।

State Level Recruitment Commission (SLRC) , অসমত 10 আগষ্ট 2022 তাৰিখে Assam Direct Recruitment Grade 3 Admit Card প্ৰকাশ কৰিছে। মাধ্যমিক শিক্ষা পৰিষদ অসমে 21 আগষ্ট আৰু 28 আগষ্ট 2022 তাৰিখে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব।
Also Read :- Grade VI Questions MCQs
How To Download Admit Card Grade 3 & Grade 4
আপুনি যদি Assam Direct Recruitment Grade 3 & Grade 4 ৰ বাবে আগতে আবেদন কৰি থৈছে তেন্তে আপোনাৰ Admit Card খন তলত দিয়া ধৰনে Step by Step গৈ কৰি উলিয়াব পাৰিব ।
পোন প্ৰথমে আপুনি তলত দিয়া লিংকত গৈ ক্লিক কৰক
Assam Direct Recruitment Grade 3 | Click Here |
Assam Direct Recruitment Grade 4 | Click Here |
তাৰ পিছত আপুনি Login ত গৈ আপোনাৰ Application Id টো বহুৱাই দিব তাৰ তলত Password টো বহুৱাই দি Login ত কৰক ।
তাৰ পিছত Admit Card ত গৈ আপোনাৰ Admit Card খন Download বা Printout কৰি লব পাৰিব ।
Conclusion
মই আশা কৰোঁ Grade 3 & Grade 4 Admit Card Download Assamese প্ৰবন্ধটো পঢ়াৰ পিছত, আপুনি নিশ্চয় এই বিষয়ে এটা ধাৰণা পাইছে। যদি আপোনাৰ মনত এতিয়াও এই প্ৰবন্ধটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰশ্ন আছে, তেন্তে মন্তব্যটোত ক’বলৈ নাপাহৰিব। মই দাবী নকৰো যে ইয়াত দিয়া তথ্য সম্পূৰ্ণ শুদ্ধ।