DHS Online Mock Test 2023

DHS Online Mock Test 2023:- Hello dear friends, welcome to another new article by Aamar Axom. Today’s “DHS Online Mock Test 2023” information provides the necessary questions and answers based on DHS Online Mock Test 2023 for the convenience of candidates who want to sit for all kinds of competitive exams. We hope you will benefit at least a little from our Q&A.

If you have found and benefited from our important questions and answers like this, please share about Aamar Axom (www.aamaraxom.com) with your friends and readers.

DHS Online Mock Test 2023
208

Quiz

1 / 20

ভূপেন হাজৰিকাক দাদাচাহেব ফালকে বঁটাৰে কোন চনত পুৰস্কৃত কৰা হৈছিল?

2 / 20

কোনটো সম্প্ৰদায়ৰ কৃষি আধাৰিত উৎসৱ আলী-আই-লিঙ্গা উদযাপন কৰে?

3 / 20

ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট কত অৱস্থিত ?

4 / 20

অসম লোক সেৱা আয়োগ কাৰ্যকৰী হৈছিল কিমান চনত ?

5 / 20

অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল?

6 / 20

কোনখন প্ৰথম অসম দৈনিক বাতৰি কাকত আছিল ?

7 / 20

 বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠন উত্তৰাধিকাৰীঃ

8 / 20

তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ সদস্য নহয়ঃ

9 / 20

১৯৪৫ চনৰ ................অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হয়

10 / 20

ৰাষ্ট্ৰসংঘৰ ৰ্তমান সচিবপ্ৰধানজনৰ নাম লিখা

11 / 20

ভাৰত ৰাষ্ট্ৰসংঘৰ কেতিয়া সদস্য হৈছিল?

12 / 20

কোন চনত গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল?

13 / 20

ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে?

14 / 20

 কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হৈছিল?

15 / 20

তলত দিয়াবোৰৰ  কোনটো ছোভিয়েট ৰাছিয়াৰ ভাঙোন ফল নহয়ঃ

16 / 20

ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰকৃতি নিৰ্ণয় কৰা। তলত দিয়া কোনবোৰ বাক্য অশুদ্ধঃ

17 / 20

কেঁচুৰ কিমানটা চকু আছে?

18 / 20

আঙুৰত কোনটো এচিড পোৱা যায়?

19 / 20

পেনিচিলিন কোনে আৱিস্কাৰ কৰিছিল?

20 / 20

মানুহৰ মুখ মণ্ডলত থকা হাড়ৰ সংখ্যা কিমান?

Your score is

The average score is 60%

0%

Leave a Comment