DHS Mock Test Assam 2023

DHS Mock Test Assam 2023 :- নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকললৈ স্বাগতম জনাইছো Aaamar Axom ৰ অন্য এটা নতুন প্ৰবন্ধলৈ । আজিৰ আমাৰ “DHS Mock Test Assam 2023” ৰ এই তথ্যৰাজিত সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে DHS Mock Test Assam 2023 ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

DHS Mock Test Assam 2023
DHS Mock Test Assam 2023

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে  Aamar Axom (www.aamaraxom.com) ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

DHS Mock Test Assam 2023

1 / 20

চুৱেজ কেনেলে ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে?

2 / 20

ভাৰতৰ কোনখন চহৰত স্বৰ্ণ মন্দিৰ আছে?

3 / 20

কোন পদাৰ্থৰ পৰমাণুৰ নিউট্ৰন নাথাকে?

4 / 20

GPRS ৰ সম্পূৰ্ণ অৰ্থ কি?

5 / 20

ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়?

6 / 20

শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটো হ'ল—

7 / 20

5. অসমীয়া মানুহৰ প্ৰধান খাদ্য কি ?

8 / 20

4. অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত ?

9 / 20

3. কটন কলেজ কোন চনত স্থাপন হৈছিল ?

10 / 20

2. অসমত মৰাপাটৰ কাৰখানা ক’ত আছে ?

11 / 20

1.কোন চনত অসমত কাগজ কল স্থাপন হয় ?

12 / 20

11. প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল ?

13 / 20

12. অসমীয়া নাটকৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয় ?

14 / 20

13. গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল ?

15 / 20

14. অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয় ?

16 / 20

15. অসম দিৱস কোন তাৰিখে পালন কৰা হয় ?

17 / 20

কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ?

18 / 20

ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?

19 / 20

শৰতৰ কবি কোন ?

20 / 20

ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?

Your score is

The average score is 68%

0%

Leave a Comment