Birthday Wishes in Assamese

Birthday Wishes in Assamese:- নমস্কাৰ বন্ধু সকল, আপোনালোক সকলকে স্বাগতম জনাইছো  Aamar Axom (আমাৰ অসম) ৰ  অন্য এটা নতুন প্ৰবন্ধলৈ ।  Birthday Wishes in Assamese এই প্ৰৱন্ধটোৰ দ্বাৰা ১০ টা জন্মদিনৰ শুভেচ্ছাবাণী দিয়া হৈছে l

যদি আপোনালোকে Aamar Axom (আমাৰ অসম) ৰ এনেধৰণৰ প্ৰৱন্ধ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে  Aamar Axom (www.aamaraxom.com) ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

Also Read:- PRC Online Application

Birthday Wishes in Assamese

 🎂জন্মদিনৰ অলেখ শুভেচ্ছা থাকিল ।
অনাগত দিনবোৰ সুখেৰে ভৰি পৰক।
সপোন বোৰ বাস্তৱ হৈ দেখা দিয়ক💐🎂

 জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালো ।
আহিবলগীয়া দিনবোৰ সদায় সুখ সমৃদ্ধিৰে উপচি পৰক।

তোমাৰ প্ৰিয় বন্ধুৰ তৰফৰ পৰা জন্মদিনৰ হিয়াভৰা শুভকামনা থাকিল।
শুভ জন্মদিন।🎂🎂🎂

জীৱনৰ প্ৰতিটো ক্ষণ অধিক সুখময় আৰু প্ৰতিটো জন্মদিনত অধিক আনন্দৰে উপভোগ কৰাৰ কামনাৰে।
শুভ জন্মদিন🎂🎂

ভগৱানক প্ৰাৰ্থনা জনাইছোঁ।
আশাকৰোঁ ভগৱানে তোমাৰ সকলো আশা পূৰণ কৰক।
তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

🎂🎂তোমাৰ মূখৰ হাঁহিৰে জিলিকি উঠক তোমাৰ জীৱনৰ প্ৰতিটো ক্ষণ ।
জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।🎂🎂

তোমাৰ কথা ভাবি ভাবি
নহয় দিন শেষ,
জন্মদিনৰ শুভক্ষণত তোমাৰ জীৱনৰ প্ৰতিটো ক্ষণ মধূৰ হোৱাৰ কামনা কৰিলো।
🎂🎂শুভ জন্মদিন🎂🎂

💐🎂 এটা বছৰ কৰিলা তুমি পাৰ
সুস্থ থাকা ভালে থাকা
এই কামনা কৰোঁ বাৰ বাৰ।
জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।💐🎂

আজি সময় অকল তোমাৰ বাবে
বেলেগৰ নহয়,
🎂🎂শুভ জন্মদিন।🎂🎂

💐🎂💐🎂তোমাক বিহিন জীৱন
আৰু পানী বিহিন নদী একেই,
🎂🎂🎂🎂জন্মদিনৰ শুভেচ্ছা থাকিল💐🎂💐🎂

Conclusion

মই আশা কৰোঁ Birthday Wishes in Assamese প্ৰবন্ধটো পঢ়াৰ পিছত, আপুনি নিশ্চয় এই বিষয়ে এটা ধাৰণা পাইছে। যদি আপোনাৰ মনত এতিয়াও এই প্ৰবন্ধটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰশ্ন আছে, তেন্তে মন্তব্যটোত ক’বলৈ নাপাহৰিব।

Leave a Comment