Assamese Language Quiz 2023

Assamese Language Quiz 2023:- নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকললৈ স্বাগতম জনাইছো Aaamar Axom ৰ অন্য এটা নতুন প্ৰবন্ধলৈ । আজিৰ আমাৰ “Assamese Language Quiz 2023” ৰ এই তথ্যৰাজিত সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে Assamese Language Quiz 2023 ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

Assamese Language Quiz 2023
Assamese Language Quiz 2023

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে  Aamar Axom (www.aamaraxom.com) ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

24

Assamese Language Quizes 2023

1 / 20

মুছলমানে প্ৰথম অসম আক্ৰমন কেতিয়া কৰিছিল ?

2 / 20

অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?

3 / 20

অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?

4 / 20

প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?

5 / 20

কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ?

6 / 20

কিমান ‌চনত‌ কলকাতাৰ পৰা ব্ৰক্ষ্মপুত্ৰ ই দি ব্ৰক্ষ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়?

7 / 20

অসমৰ ভিতৰতে ৰ্দীঘতম ৰে’লপথৰ‌ সুৰংগ ক’ত আছে?

8 / 20

2. অসমত মৰাপাটৰ কাৰখানা ক’ত আছে ?

9 / 20

1.কোন চনত অসমত কাগজ কল স্থাপন হয় ?

10 / 20

3. কটন কলেজ কোন চনত স্থাপন হৈছিল ?

11 / 20

7. অসমৰ জনবহুল মহানগৰী কোন খন ?

12 / 20

6ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক’ত ?

13 / 20

5. অসমীয়া মানুহৰ প্ৰধান খাদ্য কি ?

14 / 20

4. অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত ?

15 / 20

16. চাহৰ বৈজ্ঞানিক নাম কি ?

16 / 20

15. অসম দিৱস কোন তাৰিখে পালন কৰা হয় ?

17 / 20

17. প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল ?

18 / 20

18. মানস অভয়াৰণ্য কোন বিধ জন্তৰ বাবে বিখ্যাত ?

19 / 20

11. প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল ?

20 / 20

10. শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল ?

Your score is

The average score is 77%

0%

Leave a Comment