Assamese GK in Assamese Language

Assamese GK in Assamese Language :- Hello friends, welcome to Aamar Axom (আমাৰ অসম). Dear friend in this article we are going to take a mock test about Assamese GK in Assamese Language . Friends hope you can do well Assamese GK in Assamese Language.

Assamese GK in Assamese Language

Dear, friends if you think and if you have like this free Assamese GK in Assamese Language then you can share this article to your friends.

0 votes, 0 avg
42

Assamese GK in Assamese Language

1 / 20

কোন বছৰত মৰণোত্তৰভাৱে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়

2 / 20

গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমবাৰৰ বাবে লোক আদালত কোনটো বছৰটোত অনুষ্ঠিত হৈছিল

3 / 20

ঢোলা সাদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান

4 / 20

তলত দিয়া কোনটো দিন অসমত গঁড় দিৱস হিচাপে পালন কৰা হয়

5 / 20

কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল

6 / 20

কোন বৰ্ষত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিশপুৰলৈ হস্তান্তৰিত হয়

7 / 20

গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?

8 / 20

অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

9 / 20

সাহিত্য একাডেমিৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থ খনৰ নাম কি?

10 / 20

অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল?

11 / 20

কাৰ স্মৃতিত ইদ-উল-জুহা উদযাপন কৰা হয়?

12 / 20

নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?

13 / 20

অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কোন খন ?

14 / 20

 বিহু কোন ৰাজ্যৰ মুখ্য উৎসৱ?

15 / 20

অসমত মৰাপাটৰ কাৰখানা ক’ত আছে ?

16 / 20

কোনখন দেশৰ সৈতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত নাই?

17 / 20

 চিলি (Chile) ৰ ৰাজধানী কি?

18 / 20

আজাৰবাইজান (Azerbaijan) ৰ ৰাজধানী কি?

19 / 20

শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটোক কি বোলে ?

20 / 20

19. নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?

Your score is

The average score is 58%

0%

Leave a Comment