Assam TET Free Mock Test

Assam TET Free Mock Test:- Hello friends, welcome to Aamar Axom ( আমাৰ অসম ). Dear friend in this article we are going to take a Assam TET Free Mock Test. Friends hope you can do well Assam TET Free Mock Test.

Assam-TET-Free-Mock-Test

Dear, friends if you think and if you have like this free Assam History Online Mock Test then you can share this article to your friends.

18

Assam TET Free Mock Test

1 / 20

পুৰুষবাচক বিভক্তি কেইবিধ?

2 / 20

ণত্ববিধি অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ

3 / 20

তলৰ কোনটো শব্দত স্বভাৱতে মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ হৈছে

4 / 20

অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ এটা হ’ল

5 / 20

অসমীয়া ভবিষ্যত কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে

6 / 20

দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ,ৰ, স থাকিলে ন মূৰ্ন্দ্ধন্য নহয়। এই নিয়ম মতে কোনটো শুদ্ধ

7 / 20

দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ,ৰ, স থাকিলে ন মূৰ্ন্দ্ধন্য নহয়। এই নিয়ম মতে কোনটো শুদ্ধ

8 / 20

'হাত-লৰ' শব্দৰ অর্থ হ’ল

9 / 20

ণত্ব বিধি কি ব্যাকৰণৰ অংগ

10 / 20

মই ভাত খাইছোঁ--- এই বাক্যটোৰ ভাত শব্দত কি শব্দ বিভক্তিৰ প্ৰয়োগ হৈছে?

11 / 20

মাটিৰ মানুহ বুলিলে বুজায় ?

12 / 20

তলৰ শুদ্ধ বানানটো বাছি উলিওৱা

13 / 20

তলৰ কোনটো শুদ্ধ লিখা

14 / 20

কোনো সম্বন্ধবাচক শব্দ সৰ্বনাম শব্দৰ দ্বিতীয় পুৰুষৰ পাছত থাকিলে অনাদৰত তলৰ কোনটো বিভক্তি প্ৰয়োগ হ’ব-_

15 / 20

উৎ+চাৰণ = উচ্চাৰণ -- এই সন্ধিটো তলৰ কোন প্রকাৰৰ

16 / 20

মধ্য-ভাৰতীয় আৰ্যভাষাৰ প্ৰধান স্তৰ কেইটা?

17 / 20

চৰ্যাপদবোৰৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

18 / 20

কোষৰ আৱিস্কাৰক কোন?

19 / 20

সংবিধানৰ অষ্টম অনুসূচীত __ ক ৰখা হৈছে।

20 / 20

তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে?

Your score is

The average score is 53%

0%

Leave a Comment