Assam SLRC Grade 4 Mock Test Assamese

Assam SLRC Grade 4 Mock Test Assamese :- Hello friends, welcome to our new article. Assam SLRC Grade 4 Mock Test is pushed to you today.So let’s see who can score how many marks. I hope you enjoy Assam SLRC Grade 4 Mock Test.

If you have found and benefited from our such important questions and answers please share with your friends and readers about our Aamar Axom (www.aamaraxom.com).

13

Assam SLRC Grade 4 Mock Test

1 / 20

শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?

2 / 20

"উপন্যাস সম্ৰাট" বুলি কাক জনা যায় ?

3 / 20

অসমৰ সৰ্বপ্ৰথম সাহিত্য অকাডেমী বটাঁ বিজয়ী কোন ?

4 / 20

অসমত স্থাপিত প্ৰথম কলেজ খনৰ নাম কি ?

5 / 20

অসমৰ কোন জন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰে?

6 / 20

অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি ?

7 / 20

প্ৰাপ্তবসস্কৰ বাবে অসমীয়া প্ৰথম চিনেমা খনৰ নাম কি?

8 / 20

অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল?

9 / 20

অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল?

10 / 20

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?

11 / 20

অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?

12 / 20

অসমীয়াত প্ৰথম ৰঙীণ কথাছবি খনৰ নাম কি?

13 / 20

অসমৰ প্ৰথম মহিলা আই এ এছ কোন?

14 / 20

অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল?

15 / 20

অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?

16 / 20

অসমত প্ৰথম তৰাগৃহ (প্লেনেটৰিয়াম) ক’ত আছে?

17 / 20

গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?

18 / 20

সাহিত্য একাডেমিৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থ খনৰ নাম কি?

19 / 20

অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

20 / 20

অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল?

Your score is

The average score is 68%

0%

Leave a Comment