Assam New Mock Test 2023

Assam New Mock Test 2023:- Hello dear friends, welcome to another new article by Aaamar Axom. Today’s “Assam New Mock Test 2023” is for the convenience of candidates who want to sit for all kinds of competitive exams. We hope you will benefit at least a little from our Q&A.

Assam New Mock Test 2023
Assam New Mock Test 2023
63

Assamese New Mock Test 2023

1 / 20

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অবস্থিত?

2 / 20

অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

3 / 20

সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

4 / 20

অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

5 / 20

শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?

6 / 20

কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

7 / 20

প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ প্ৰথম বাৰ কোন চনত প্ৰকাশ পাইছিল?

8 / 20

অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

9 / 20

অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

10 / 20

প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

11 / 20

কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল?

12 / 20

অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?

13 / 20

এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

14 / 20

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?

15 / 20

অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

16 / 20

 অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

17 / 20

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

18 / 20

অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?

19 / 20

কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল

20 / 20

তলত দিয়া কোনটো দিন অসমত গঁড় দিৱস হিচাপে পালন কৰা হয়

Your score is

The average score is 68%

0%

Leave a Comment