Assam Direct Recruitment Mock Test Grad IV

নমস্কাৰ মৰমৰ পৰীক্ষাৰ্থীসকল, আজিৰ আমাৰ Assam Direct Recruitment Mock Test Grad IV এই তথ্যত সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই Assam Direct Recruitment প্ৰশ্ন আৰু উত্তৰৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

এই বিনামূলীয়া টেষ্ট শৃংখলাত Assam Direct Recruitment Grad IV প্ৰাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যিসকলে অসম চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পোনপটীয়া নিযুক্তিৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গৈ আছে।

যদি আপুনি আমাৰ এনে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বিচাৰি পাইছে আৰু লাভৱান হৈছে তেন্তে আমাৰ Aamar Axom (www.aamaraxom.com) সম্পৰ্কে আপোনাৰ বন্ধু-বান্ধৱী আৰু পাঠকৰ সৈতে শ্বেয়াৰ কৰক।

40

Assam Direct Recruitment Mock Test Grad IV

1 / 20

টোকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল?

2 / 20

কোন চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল?

3 / 20

অসমৰ মুঠ কিমান শতাংশ এলেকাৰ বনাঞ্চলৰ অধীনত আছে?

4 / 20

হেমলেট কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

5 / 20

নেলছন শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত?

6 / 20

Two Leaves And A Bud এই পুথিখন কোনে লিখিছিল?

7 / 20

নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলা সৈতে সম্পৰ্কিত?

8 / 20

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটো ইকোজোনত অৱস্থিত?

9 / 20

 নিম্নলিখিত কোনখন উত্তৰ-পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে?

10 / 20

ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান ?

11 / 20

 চিলি (Chile) ৰ ৰাজধানী কি?

12 / 20

এঙ্গোলা (Angola) ৰ ৰাজধানী কি?

13 / 20

আজাৰবাইজান (Azerbaijan) ৰ ৰাজধানী কি?

14 / 20

The Bird of Time কোনে ৰচনা কৰিছিল?

15 / 20

Gita Rahasya কোনে ৰচনা কৰিছিল?

16 / 20

শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটোক কি বোলে ?

17 / 20

সালােক-সংশ্লেষণৰ কাৰ্যকৰী একক কি?

18 / 20

বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি?

19 / 20

বুলগেৰিয়া (Bulgaria) ৰ ৰাজধানী কি?

20 / 20

ভূটান (Bhutan) ৰ ৰাজধানী কি?

Your score is

The average score is 49%

0%

Leave a Comment