Assam 13 to15 August 2022 , 80 Lakh Nataional Flags Hoist

Assam 13 to 15 August 2022, 80 Lakh Nataional Flags Hoist :- নমস্কাৰ বন্ধু সকল, আপোনালোক সকললৈ স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন প্ৰবন্ধলৈ । বন্ধু সকল আজি আমাৰ আলোচ্য বিষয় হ’ল Assam 13 to 15 August 2022 । অসম চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ হাতত লৈছে ।

Also Read :- Independence Day Speech In Assamese

Assam 13 to15 August 2022 , 80 Lakh Nataional Flags Hoist

সমগ্ৰ দেশৰ বাকী অংশৰ লগতে ২০২২ চনৰ ১৩ ৰ পৰা ১৫ আগষ্টলৈ সমগ্ৰ Assam 13 to15 August 2022 , 80 Lakh Nataional Flags Hoist ঘৰ, কাৰ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠানত ৮০ লাখ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ মূলতে হল জনগণৰ মাজত দেশ প্ৰেমৰ ভাৱ যোগাই তোলা । চৰকাৰী বিজ্ঞপ্তিঅনুসৰি, স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ (Azadi Ka Amrit Mahotsav ) অধীনত ৰূপায়ণ কৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ অংশ হিচাপে এই কাম কৰা হ’ব।

সমগ্ৰ ভাৰততে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে ২০ কোটি ত্ৰিৰংগা উত্তোলন কৰা হ’ব। অসমত, চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠান, বিদ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠানকে ধৰি 80 লাখ গ্ৰাম্য আৰু নগৰীয়া পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য হাতত লৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰতে জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতিক আহ্বান কৰা আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।

Also Read :- 15 August 2022 Independence Day

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, তথ্য আৰু জনসম্পৰ্ক বিভাগ আৰু অন্যান্য চৰকাৰী বিভাগৰ সৈতে কাৰ্যসূচীটোৰ সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াক সফল ৰূপায়ন কৰিবলৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে স্ব-সহায়ক গোটৰ জৰিয়তে স্থানীয়ভাৱে বিভিন্ন আকাৰৰ ৰাষ্ট্ৰীয় পতাকা উৎপাদন আৰম্ভ প্ৰক্ৰিয়া হাতত লোৱা হৈছে । গাওঁ পৰ্যায়ত ষ্টল স্থাপন কৰিব যাতে তেওঁলোকৰ নিকটতম স্থানত ৰাইজে ক্ৰয় ৰ বাবে ৰাষ্ট্ৰীয় পতাকা উপলব্ধ কৰিব পাৰে।

চৰকাৰে হাতত লোৱা প্ৰদক্ষেপৰ আঁৰতে আছে জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতিক আহ্বান কৰা আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ভাৰতৰ সকলো ৰাজ্য়ৰ লগতে আমাৰ ৰাজ্য় অসমতো Assam 13 to15 August 2022 , 80 Lakh Nataional Flags Hoist ৰ এক অভিনৱ লগতে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ অসম চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে।

Also Read :- Rakhi Bandhan 2022

Conclusion

মই আশা কৰোঁ  Assam 13 to15 August 2022 , 80 Lakh Nataional Flags Hoist  প্ৰবন্ধটো পঢ়াৰ পিছত, আপুনি নিশ্চয় এই বিষয়ে এটা ধাৰণা পাইছে। যদি আপোনাৰ মনত এতিয়াও এই প্ৰবন্ধটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰশ্ন আছে, তেন্তে মন্তব্যটোত ক’বলৈ নাপাহৰিব। মই দাবী নকৰো যে ইয়াত দিয়া তথ্য সম্পূৰ্ণ শুদ্ধ।

Leave a Comment