জন্মদিনৰ শুভেচ্ছা বান্ধবী | Happy birthday friend

Birthday Wishes Friend:- Hello friends, welcome to another new article by Aamar Axom (Our Assam).” Birthday Wishes Friend” This article contains 10 birthday wishes l

If you have found and benefited from articles like this by Aamar Axom (Our Assam), please share about Aamar Axom (www.aamaraxom.com) with your friends and readers.

Happy birthday friend
জন্মদিনৰ শুভেচ্ছা বান্ধবী

জন্মদিনৰ শুভেচ্ছা বান্ধবী (Happy birthday friend)

💐🎂তোমাৰ জন্মদিনক আৰু সুন্দৰ
কৰিবলৈ মই সকলো
কৰিব পাৰোঁ,
শুভ জন্মদিন।💐🎂

🎂💐🎂আজি মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখৰ দিন কাৰণ আজি তোমাৰ জন্মদিন। ওপজা দিনৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাছিলো।💐🎂💐

🎂💐🎂মোৰ ভালপোৱা কেতিয়াওঁ
পাহৰি নাযাবা,
তোমাৰ প্রতিটো জন্মদিন হওঁক
মোক লৈ,
শুভ জন্মদিন।🎂💐🎂

🎂💐🎂তোমাৰ লগত কটোৱা প্ৰতিটো মূহুৰ্ত চিৰদিনৰ বাবে প্ৰবাহিত হৈ থকা এখন নদীৰ দৰে মোৰ মনত প্ৰবাহিত হৈ থাকিব। আজিৰ এই বিশেষ দিনটোত তোমাৰ জীৱনৰ উন্নতি কামনা কৰিলো। Happy Birthday Dear 🎂💐🎂

🎂💐🎂তুমি  নহ’লে মই  মোৰ জীৱন
কল্পনাও কৰিব নোৱো
ধন্যবাদ ভগৱানক তোমাৰ নিচিনা 
বা দিয়াৰ বাবে,
শুভ জন্মদিন।🎂💐🎂

🎂💐🎂 আজি দিনটো আনন্দৰ দিন কাৰণ আজি তোমাৰ জন্মদিন। Happy Birthday 🎂💐🎂

🎂💐🎂আজিৰ এই বিশেষ দিনে
হোৱা আৰু ৰঙিন,
ভালপাই জনাওঁ তোমাক
শুভ জন্মদিন।🎂💐🎂

  🎂💐🎂তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা” – জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো🎂💐🎂

🎂💐🎂”তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে”. তাৰেই কামনাৰে Happy Birthday,🎂💐🎂

🎂💐🎂”সুখ, সমৃদ্ধি, যশ, আনন্দ, সু-স্বাস্হাৰে তোমাৰ অনাগত দিনবোৰ জীপাল আৰু মধুৰ হৈ পৰাৰ কামনাৰে তোমালৈ জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো”🎂💐🎂

Conclusion

I hope after reading “Happy Birthday Girlfriend” article, you must have got an idea about this. If you still have any questions related to this article, feel free to tell us in the comments.

Leave a Comment