AHSEC Exam List Download 2023:- নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকললৈ স্বাগতম জনাইছো আমাৰ অসম (Aaamar Axom ) ৰ অন্য এটা নতুন প্ৰবন্ধলৈ । আজি আপোনালোকৰ সুবিধাৰ্থে আজি আমি আলোচনা কৰিম “ AHSEC Exam List Download 2023 “ ৰ বিষয়ে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।
যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে Aamar Axom (www.aamaraxom.com) ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।
Overview Of AHSEC Exam List Download 2023
Name of the Board | Assam Higher Secondary Education Council (AHSEC) |
---|---|
Name of the Examination | HS 2nd Year |
Release Date | 14th December 2022 |
Official Website for Assam HS 2nd Year Routine | Click Here |
Our Official Website | Click Here |
Also Read:- AHSEC Scooty Merit List 2022
AHSEC Exam List Download 2023
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (Asam Higher Secondary Education Council) তৰফৰপৰা অসম দ্বাদশ শ্ৰেণীৰ তাৰিখ পত্ৰিকা অৰ্থাৎ Examination List 2023 প্ৰকাশ কৰিছে। এই বছৰ অসম দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা দিবলৈ যোৱা প্ৰাৰ্থীসকল বাবে মুকলি কৰা হৈছে।
অসম দ্বাদশ শ্ৰেণীৰ তাৰিখ পত্ৰিকা 2023 অনুসৰি, AHSEC HS পৰীক্ষা 2023 চনৰ 20 ফেব্ৰুৱাৰী, 2023 ৰ পৰা 20 মাৰ্চ, 2023 লৈ অনুষ্ঠিত হ’ব। তলত সম্পূৰ্ণ অসম দ্বাদশ শ্ৰেণীৰ তাৰিখ পত্ৰিকা অৰ্থাৎ HS Examination List 2023 চাওক।
উচ্চতৰ মাধ্যমিক ব’ৰ্ডপৰীক্ষা 20 ফেব্ৰুৱাৰীত আৰম্ভ হ’ব আৰু 20 মাৰ্চ, 2022 তাৰিখে সমাপ্ত হ’ব। ৰাতিপুৱা 9 বজাৰ পৰা ৰাতিপুৱা 12 বজালৈ, আৰু আবেলিৰ আবেলি 1.30 বজাৰ পৰা আবেলি 3.30 বজালৈ হয়।
How to Download AHSEC Exam List 2023
প্ৰিয় বন্ধু সকল আপুনি যদি Assam Higher Secondary Education Council 2023 ৰ পৰিক্ষাৰ তালিকা তলত দিয়া হ’ল:-
Dates | Morining (9 AM to 12 noon) | Afternoon (1:30 to 4:30 pm) |
---|---|---|
February 20, 2023 | — | English |
February 23, 2023 | — | Physics, accountancy, education, general foundation course-II |
February 25, 2023 | — | Economics |
February 28, 2023 | — | Chemistry, business studies, political science, vocational elective paper-IV |
March 2, 2023 | — | Modern Indian Language/ Alternate English |
March 03, 2023 | — | Bihu |
March 04, 2023 | Music (Group A)** | Fine Arts/ Economics geography, Biotechnology/ Voicational elective paper V |
March 06, 2023 | — | Biology/Insurance/History |
March 09, 2023 | — | Mathematics |
March 10, 2023 | Music (group C)** | Multimedia and web technology |
March 11, 2023 | Vocation elective paper -VI** | Logic & philosophy / finance/ psychology |
March 13, 2023 | — | Advance languages, Arabic, Persian, Sanskrit |
March 14, 2023 | IT/ ITeS**/ retail trade** / agriculture & horticulture/ health care** / private security **/ tourism & hospitality | Advance Sanskrit |
March 15, 2023 | — | Business mathematics & statistics, geography, geology |
March 16, 2023 | Music Group B | Computer science and application |
March 17, 2023 | Swadesh Adhyayn | Statistics |
March 18, 2023 | — | Anthropology/Sociology/Salesmanship & Advertising |
March 20, 2023 | Home Science | Entrepreneurship Development |
Also Read:- Free Silai Machine Scheme 2022
Conclusion
আশা কৰোঁ AHSEC Exam List Download 2023 প্ৰবন্ধটো পঢ়াৰ পিছত, আপুনি নিশ্চয় এই বিষয়ে এটা ধাৰণা পাইছে। যদি আপোনাৰ মনত এতিয়াও এই প্ৰবন্ধটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰশ্ন আছে, তেন্তে মন্তব্যটোত ক’বলৈ নাপাহৰিব। মই দাবী নকৰো যে ইয়াত দিয়া তথ্য সম্পূৰ্ণ শুদ্ধ।